
বিশ্ববিশ্ৰুত শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱলৈ জন্ম দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। বহুমুখী প্ৰতিভাধৰ আৰু অনন্য সংগীতজ্ঞ ভূপেনদাই তেখেতৰ হৃদয়স্পৰ্শী গীতৰ মাজেৰে মানৱ সমাজক উদ্বুদ্ধ কৰাৰ লগতে সমন্বয় আৰু বিশ্ব ভাতৃত্ববোধৰ মহান ভাবধাৰাক সুদৃঢ় কৰি থৈ গৈছে।
#BhupenHazarika
Tributes to Bard of Brahmaputra & pride of India, Bharat Ratna Dr. Bhupen Hazarika ji on his jayanti. As a music maestro and multi-faceted personality, Bhupen Da enriched the lives of millions with his music compositions strengthening social harmony and universal brotherhood.
বিশ্ববিশ্ৰুত শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱলৈ জন্ম দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। বহুমুখী প্ৰতিভাধৰ আৰু অনন্য সংগীতজ্ঞ ভূপেনদাই তেখেতৰ হৃদয়স্পৰ্শী গীতৰ মাজেৰে মানৱ সমাজক উদ্বুদ্ধ কৰাৰ লগতে সমন্বয় আৰু বিশ্ব ভাতৃত্ববোধৰ মহান ভাবধাৰাক সুদৃঢ় কৰি থৈ গৈছে। #BhupenHazarika Tributes to Bard of Brahmaputra & pride of India, Bharat Ratna Dr. Bhupen Hazarika ji on his jayanti. As a music maestro and multi-faceted personality, Bhupen Da enriched the lives of millions with his music compositions strengthening social harmony and universal brotherhood.
Sep 08, 2020